সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৰিপক্ক নোহোৱা অৱস্থা বা ভাব
উদাহরণ : অদক্ষতাৰ কাৰণে শ্যামে এই কামটো ভালদৰে কৰিব নোৱাৰিলে
সমার্থক : অকুশলতা, অদক্ষতা, অপটুতা, অপ্রবীণতা
অর্থ : অযোগ্য হোৱা অৱস্থা বা ভাব
উদাহরণ : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
সমার্থক : অদক্ষতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
ইনস্টল