সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
উদাহরণ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
সমার্থক : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
অর্থ : যাৰ অনুমতি দিয়া হোৱা নাই
উদাহরণ : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
সমার্থক : অসমর্থিত, অস্বীকৃত
অর্থ : যিটো অনুমোদন কৰা হোৱা নাই
উদাহরণ : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
সমার্থক : অগৃহীত, অস্বীকৃত
ইনস্টল