সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ খণ্ড বা টুকুৰা কৰিব পৰা নাযায়
উদাহরণ : ইলেকট্রন এবিধ অখণ্ডনীয় পদার্থ
সমার্থক : অখণ্ডনীয়, অবিভাজ্য
অর্থ : যি বিভক্ত নহয়
উদাহরণ : আমি ভাৰতৰ অখণ্ড একতা বজাই ৰাখিব লাগিব
সমার্থক : অখণ্ডিত, অটুট, অবিভক্ত, অবিভাজিত, অভিন্ন
অর্থ : যাৰ ক্রম নাভাগে
উদাহরণ : এইটো তেওঁৰ অখণ্ড ্ৰচনা
ইনস্টল