সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অকলে থকা বা মানুহৰ সৈতে মিলামিছা নকৰা ব্যক্তি
উদাহরণ : তেওঁ অকলশৰীয়া
অর্থ : অকলে হোৱা দশা বা ভাৱ
উদাহরণ : মোৰ মন অকলশৰীয়া ভাৱেৰে ভৰি পৰিছে
সমার্থক : শূন্যতা
অর্থ : নিজান ঠাইত থকা বা বসবাস কৰোতা
উদাহরণ : অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
সমার্থক : একাকিন
অর্থ : যাৰ লগত কোনো নাই বা নাথাকে
উদাহরণ : তেওঁ অকলশৰীয়া জীৱন কটাই আছে
সমার্থক : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ
অর্থ : বেলেগৰ পৰা অকলে থকা
উদাহরণ : তেওঁ ভীৰতো অকলশৰীয়া আছিল
সমার্থক : নিসংগ
ইনস্টল