সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ হাত-ভৰি বা শৰীৰৰ কোনো অংগত বিকৃতি ঘটিছে
উদাহরণ : আমি বিকলাঙ্গ লোকৰ সহায় কৰা উচিত
সমার্থক : অঙ্গহীন, বিকলাংগ, বিকলাঙ্গ
অর্থ : যাৰ কোনো অংগ নাই
উদাহরণ : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
সমার্থক : অপাংগ, অপাঙ্গ, পংগু, পঙ্গু, পেঙুৰা
ইনস্টল