বিশৃংখলতা (বিশেষ্য)
ক্রমত নথকা অৱস্থা বা ভাব
আৱিষ্কাৰ কৰা (ক্ৰিয়া)
অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
পর্শু্কা (বিশেষ্য)
মানুহ, পশু আদিৰ বুকুৰ জঁ্কাত থকা কামিৰ সদৃশ বেঁ্কা আৰু অলপ গোলাকাৰ হাড়
চিন্তা-চর্চা (বিশেষ্য)
কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
সোফা (বিশেষ্য)
যিহৰ দ্বাৰা কোনো বস্তু ঢকা হয়:গাখীৰৰ পাত্রটোৰ ঢাকনিখন মাৰি থোৱা এই দোৱাতটোৰ সাফৰখন ভাঙি থাকিল
কামীহাড় (বিশেষ্য)
মানুহ, পশু আদিৰ বুকুৰ জঁ্কাত থকা কামিৰ সদৃশ বেঁ্কা আৰু অলপ গোলাকাৰ হাড়
পার্শাস্থি (বিশেষ্য)
মানুহ, পশু আদিৰ বুকুৰ জঁ্কাত থকা কামিৰ সদৃশ বেঁ্কা আৰু অলপ গোলাকাৰ হাড়
জননী (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
কটুক্তি কৰা (ক্ৰিয়া)
কাৰোবাক বেয়া কথা কোৱা
চাপ (বিশেষ্য)
নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ