সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উদ্ভিদ আদিৰ ৰোপন কার্য
উদাহরণ : মালীয়ে টাবত গোলাপৰ কলম লগালে
সমার্থক : লগোৱা
অর্থ : কোনো কথাৰ সূত্রপাত ঘটোৱা
উদাহরণ : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
সমার্থক : ৰোৱা
অর্থ : ৰোপন কৰাৰ কাম হোৱা
উদাহরণ : পথাৰত ৰোপন কৰা হৈছে
অর্থ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
উদাহরণ : খেতিয়কে খেতিপথাৰত ধান ৰুইছে
ইনস্টল