সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
উদাহরণ : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
সমার্থক : পঞ্জীকৰণ, পঞ্জীয়ন
অর্থ : বিশেষ ধৰণৰ বিৱৰণ বা লেখা লিখিবৰ কাৰণে ব্যৱহাৰ কৰা উকা কাগজৰ বহী বিশেষ
উদাহরণ : বেংকৰ সঞ্চালকে চকীদাৰজনক ৰেজিষ্টাৰখন আনিবলৈ কʼলে
সমার্থক : পঞ্জীয়ন বহী
ইনস্টল