সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু বা বিষয়ৰ এনেকুৱা গূঢ় বর্ণ্্না যাৰ আধাৰত উত্তৰ দিয়া বা সেই বস্তুৰ নাম কʼবলৈ বহুত চিন্তা-ভাৱনা কৰিব লগা হয়
উদাহরণ : তেওঁ প্রহেলিকা কৰি আছে
সমার্থক : প্রহেলিকা, সাঁথৰ
অর্থ : লুকুৱাই ৰখা কোনো কথা আদি
উদাহরণ : চোৰে পুলিচৰ আগত চুৰ কৰাৰ ৰহস্য প্রকাশ কৰিলে
ইনস্টল