সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ৰসেৰে ভৰপূৰ
উদাহরণ : আম এবিধ ৰসাল ফল
সমার্থক : সৰস, ্ৰসালী, ৰসগর্ভ, ৰসপূর্ণ, ৰসময়, ৰসাত্মক
অর্থ : যি ৰুচিৰে ভৰপূৰ
উদাহরণ : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
সমার্থক : ভাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
অর্থ : যʼত ৰস আছে
উদাহরণ : পুৰীৰ লগত ৰসযুক্ত চ্্ব্জি খাই ভাল লাগে
সমার্থক : ৰসযুক্ত
ইনস্টল