সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মৰা-কটা কার্য
উদাহরণ : সাম্প্রদায়িক ্সংঘর্ষ ্ঘটাৰ লগে-লগে কটা-মৰা আৰম্ভ হৈ গʼল
সমার্থক : কটা-মৰা, কটাকটি
অর্থ : শৰীৰৰ কোনো অংগত কটা-চিঙা হʼলে বা কোনো কাৰণত শৰীৰৰ পৰা তেজ বিয়পা কার্য
উদাহরণ : অত্যধিক ৰক্তস্রাৱৰ কাৰণে দুর্ঘ্্টনাগ্রস্ত ব্যক্তিজনৰ মৃত্যু ঘটিল
সমার্থক : ৰক্তস্রাৱ
ইনস্টল