সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ন-ৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : দিব্যাই দহলৈকে গণনা কৰিব পাৰে
সমার্থক : দশম, দহ
অর্থ : অংকৰ স্থানৰ হিচাপত এককৰ ঘৰৰ পৰা হিচাপ কৰিলে পোৱা পঞ্চম স্থান, যʼত দহ হাজাৰ গুণিতক পোৱা যায়
উদাহরণ : পঁছিশ হাজাৰত দুইটো অযুতৰ ঘৰৰ সংখ্যা
সমার্থক : অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
অর্থ : দহ হাজাৰ যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : তেওঁ দহ ্ হাজাৰৰ কাৰণে শিশুজনক অপহৰণ কৰিছিল
সমার্থক : দহ হাজাৰ, ০০০, ১০ হাজাৰ
অর্থ : ন যোগ এক
উদাহরণ : তেওঁ দহ দিন আগতেই ইয়ালৈ আহিছিল
সমার্থক : দহ
অর্থ : দহ লাখ
উদাহরণ : দহ লাখ হেক্টৰ জুৰি এই অঞ্চলটো বিয়পি আছে
সমার্থক : এক মিলিয়ন, দহ লাখ, মিলিয়ন, ০০০০০, ১০ লাখ
অর্থ : দহ হাজাৰ............
উদাহরণ : তেওঁ ্ মোক দহ হাজাৰ টকা খুজিলে
সমার্থক : এক অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
ইনস্টল