সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
উদাহরণ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
সমার্থক : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
অর্থ : প্রমাণিত কৰা কোনো কথা
উদাহরণ : উকীলে হেতুৰ সন্ধানত লাগি আছে
অর্থ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
উদাহরণ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
সমার্থক : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
অর্থ : মূল কাৰণ
উদাহরণ : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
ইনস্টল