সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
উদাহরণ : তাৰ হাতত বৰ জোৰ আছে
সমার্থক : কৰ, পাণি, ভূজ, হস্ত
অর্থ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
উদাহরণ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
সমার্থক : কৰ, হস্ত
অর্থ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
উদাহরণ :
সমার্থক : কৰ, পাণি, হস্ত
অর্থ : মণিবন্ধৰ আগৰ অংশ
উদাহরণ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
সমার্থক : কৰ
অর্থ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
উদাহরণ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
সমার্থক : দখল, সামর্থ্য
অর্থ : সা-সঁজুলি আদিৰ ধৰা অংশ
উদাহরণ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
সমার্থক : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল
ইনস্টল