সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ কৰা বা গ্রহণ কৰা কার্য
উদাহরণ : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
সমার্থক : গ্রহণ, মঞ্জুৰ
অর্থ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে
উদাহরণ : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত
সমার্থক : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকৃত
ইনস্টল