সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে
উদাহরণ : মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে
সমার্থক : পতিহীনা, বাঁৰী, বিধৱা
অর্থ : যাৰ স্বামীৰ মৃত্যু হৈছে
উদাহরণ : বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক
সমার্থক : পতিহীনা, বাঁৰী, বিধবা
ইনস্টল