সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গহণা-গাথৰি তৈয়াৰ কৰা এবিধ হালধীয়া ৰঙৰ মূল্যবান ধাতু:বর্ত্্মান সোণৰ দাম আকাশচুম্বী
উদাহরণ :
সমার্থক : কনক, কাঞ্চন, গʼল্ড, মহাধাতু, সোণ, স্বর্ণ, হিৰণ, হিৰণ্য, হেম, ্ সোণা
অর্থ : সুখ-সমৃদ্ধি, শান্তি আদিৰ সৈতে যুক্ত
উদাহরণ : গুপ্তযুগক ঐতিহাসিক সকলে সোণালী যুগ আখ্যা দিছে
সমার্থক : সোণালী, স্বর্ণময়
অর্থ : সুন্দৰ বর্ণ ্বা ৰঙৰ
উদাহরণ : এগৰাকী সুবর্ণ ্নাৰীৰ প্রতি ্তেওঁ মুগ্ধ হৈ পৰিল
সমার্থক : সুবর্ণ
ইনস্টল