সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
উদাহরণ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
সমার্থক : অমায়িকতা, ঋজুতা, সহজতা, সৰলতা
অর্থ : কমি যোৱা অৱস্থা বা ভাব
উদাহরণ : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
সমার্থক : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, স্বপ্লতা, স্বপ্লত্ব
ইনস্টল