সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি সকলোতকৈ ওপৰত থাকে
উদাহরণ : আমাৰ কাৰণে মানৱতাই সর্বোচ্চ ধর্ম
অর্থ : সকলোতকৈ ওখ
উদাহরণ : এভাৰেষ্ট বিশ্বৰ সর্বোচ্চ শিখৰ
অর্থ : সকলোতকৈ অধিক বা অধিকৰ ভিতৰত যিমান অধিক হʼব পাৰে
উদাহরণ : আজিৰ সর্বোচ্চ তাপমাত্রা চল্লিশ ডিগ্রী ছেলছিয়াচ
সমার্থক : অধিকতম, সর্বাধিক
ইনস্টল