সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
উদাহরণ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
সমার্থক : জাক, পাল, সমুদায়
অর্থ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
উদাহরণ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
সমার্থক : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি
অর্থ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
উদাহরণ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
সমার্থক : গোট, দʼম, সমষ্টি, ৰাশি
ইনস্টল