সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শীল আৰু সজ্জন হোৱা ভাব
উদাহরণ : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
সমার্থক : ভদ্রতা, শালীনতা, শিষ্টতা, সজ্জনতা
অর্থ : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়
উদাহরণ : হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন
অর্থ : সদস্য হোৱা অৱস্থা বা ভাব
উদাহরণ : শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে
সমার্থক : সদস্যতা
ইনস্টল