সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼ প্রাণ আছে বা সজীৱ প্রাণী
উদাহরণ : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
সমার্থক : জীৱ, জীৱধাৰী, প্রাণধাৰী, প্রাণী
অর্থ : এইমাত্র ওলোৱা বা হোৱা
উদাহরণ : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
সমার্থক : তাজা, সতেজ
অর্থ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
উদাহরণ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
সমার্থক : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন
অর্থ : জীৱিত ৰূপত
উদাহরণ : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
সমার্থক : জীৱন্ত
ইনস্টল