সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
উদাহরণ : ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
অর্থ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
উদাহরণ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে
সমার্থক : দল, মণ্ডল, মণ্ডলী
অর্থ : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
উদাহরণ : ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
সমার্থক : সংস্থা
ইনস্টল