সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খালী বা ৰিক্ত স্থান
উদাহরণ : তেওঁ শূন্যত ঘূৰি আছিল
সমার্থক : আকাশ
অর্থ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই
উদাহরণ : যাদুকৰে শূন্যত মোক ৰাখি থʼলে
সমার্থক : আলাস, ওপৰ
অর্থ : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ
উদাহরণ : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়
অর্থ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
উদাহরণ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
সমার্থক : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম
অর্থ : ভিতৰত একো নথকা বা যি অপূর্ণ
উদাহরণ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
সমার্থক : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত
অর্থ : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা
উদাহরণ : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল
সমার্থক : বিহীন, ৰহিত
ইনস্টল