সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তেল বা কুঁহিয়াৰ পেৰা যন্ত্র
উদাহরণ : খেতিয়কে শালত কুঁহিয়াৰ পেৰি আছে
সমার্থক : ???
অর্থ : এজোপা সুকাঠী বহুত ডাঙৰ গছ
উদাহরণ : শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
সমার্থক : শাল গছ
অর্থ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
উদাহরণ : কমাৰে শালত কেৰাহীখন থৈ পিটি আছে
অর্থ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
উদাহরণ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
সমার্থক : কীলক, স্থানু
ইনস্টল