সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : দহৰ দহ গুণ এশ
সমার্থক : এশ, ১০০
অর্থ : এশ বছৰ কাল
উদাহরণ : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি
সমার্থক : শতাব্দী, শতিকা
অর্থ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
উদাহরণ : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
সমার্থক : শ
অর্থ : এশৰ সমূহ বা গোট
উদাহরণ : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
অর্থ : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
উদাহরণ : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে
ইনস্টল