সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পানী বৈ যোৱা সৰু পথ বা সৰু জান
উদাহরণ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
সমার্থক : নর্দম্া, নলা, নলী
অর্থ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
উদাহরণ : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
সমার্থক : জান, নলা
অর্থ : পানী জমা হʼবলৈ গছ বা উদ্ভিদৰ গুৰিত ঘূৰণীয়া কৰি খন্দা খাল
উদাহরণ : তেওঁ ্গছত পানী দিবৰ কাৰণে লোৰ বনাইছে
ইনস্টল