সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি
উদাহরণ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে
সমার্থক : মল, ময়লা
অর্থ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
উদাহরণ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
সমার্থক : বেয়া
অর্থ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
উদাহরণ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
সমার্থক : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা
অর্থ : যিটোৰ শোধন কৰা হোৱা নাই
উদাহরণ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
সমার্থক : অপৰিষ্কৃত, অশুদ্ধ, অশোধিত, অসংশোধিত
ইনস্টল