সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
উদাহরণ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
সমার্থক : জোৱান, তৰুণ, যুৱ
অর্থ : ষোল্লৰ পৰা পয়ত্রিশ বছৰলৈকে এক অৱস্থা
উদাহরণ : তেখেতৰ দুজন ডেকা লʼৰা আমেৰিকাত থাকে
সমার্থক : ডেকা, তৰুণ, যুৱা
ইনস্টল