সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
উদাহরণ : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
সমার্থক : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, সিংহ
অর্থ : সিংহ জাতিৰ মতা
উদাহরণ : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
সমার্থক : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, সিংহ
ইনস্টল