সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
উদাহরণ :
সমার্থক : অধিৱেশন, কনফাৰেন্স, বৈঠক, মেল-মিটিং, সন্মিলন, সন্মিলনী, সভা
অর্থ : কোনো বিষয়ত কৰা কথা-বার্তা
উদাহরণ : তাত ্যৌতুক প্রথা সন্দর্ভত মিটিং কৰি আছে
সমার্থক : আলোচনা, চর্চা, পৰি্চর্চা
ইনস্টল