সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কামত বা কথাত মানা কৰা
উদাহরণ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
সমার্থক : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন
অর্থ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
উদাহরণ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
সমার্থক : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান
অর্থ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
উদাহরণ :
সমার্থক : মানি লোৱা, সহা, সহ্য কৰা
অর্থ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
উদাহরণ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
সমার্থক : স্বীকাৰ কৰা, স্বীকৃতি দিয়া
অর্থ : যাক নিষেধ কৰা হৈছে
উদাহরণ : এই বিলত ্সাঁতোৰাত বাধা আছে
সমার্থক : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা
ইনস্টল