সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চেনি আৰু মৌৰ দৰে সোৱাদৰ
উদাহরণ : এই ফলটো বৰ মিঠা
সমার্থক : মিঠা, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা
অর্থ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
উদাহরণ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
সমার্থক : মিঠা, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
অর্থ : মন ভাল লগাব পৰা
উদাহরণ : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে
সমার্থক : মিঠা
ইনস্টল