সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
উদাহরণ : এইখন বিয়াৰ ৰভা
সমার্থক : চামিয়ানা, চালি, পেণ্ডেল, বিতান, ৰভা, ৰভা-পৰলা
অর্থ : একপ্রকাৰৰ ডাঙৰ তম্বু
উদাহরণ : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
সমার্থক : চন্দ্রতাপ, চামিয়ানা
অর্থ : সভাৰ অধিবেশন বা উৎসৱ আদিৰ বাবে বনোৱা তম্বু
উদাহরণ : কৃপা কৰি আপোনালোকে সভাপতিৰ প্রস্থানৰ পিছতহে ৰভা ঘৰ এৰে যেন
সমার্থক : ৰভা ঘৰ, ৰভাস্থলী
ইনস্টল