সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ত্রিফলাৰ অন্তর্গত ঔষধ হিচাপে ব্যৱহাৰ কৰা এবিধ বনৰীয়া গছ:এই হাবিখনত বহুতো ভোমোৰাৰ গছ আছে
উদাহরণ :
সমার্থক : ভোমোৰা গছ
অর্থ : কʼলা ৰঙৰ এবিধ পতংগ
উদাহরণ : ভোমোৰাই ফুলৰ ওপৰত উৰি আছে সুৰদাসে ভ্রমৰক লৈ ভ্রমৰগীত লিখিছিল
সমার্থক : অলি, অলিন্দ, দ্বিৰেফ, ভৃঙ্গ, ভ্রমৰ, ভ্রমৰক
ইনস্টল