সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো নির্দিষ্ট সময়, স্থান, সীমা আদিৰ মাজত থকা অৱস্থিতি
উদাহরণ : মই দুঘণ্টাৰ ভিতৰতে ঘূৰি আহিম
সমার্থক : অন্তৰি, ভিতৰতে, ভিতৰি ভিতৰি, ্আঁহে-কোঁহে
অর্থ : কোনো নিশ্চিত সীমা বা স্থান আদিৰ ভিতৰ ভাগ
উদাহরণ : অনুগ্রহ কৰি ভিতৰলৈ আহক মোৰ মনৰ ভিতৰত ভয় সোমাই গʼল
সমার্থক : অভ্যন্তৰত, ভিতৰলৈ
ইনস্টল