সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পুণ্য বা ধার্মিক অনুষ্ঠান আদিৰ বাবে নিয়মত থাকি কোনো ধার্মিক কৃত্য, উপবাস আদি কৰা কার্য
উদাহরণ : তেওঁ প্রত্যেক শনিবাৰে হনুমানৰ ব্রত ৰাখে
অর্থ : কোনো কাম কৰিবৰ কাৰণে লোৱা দৃঢ় সিদ্ধান্ত
উদাহরণ : ছাত্রজনে চুৰ নকৰাৰ সংকল্প লʼলে
সমার্থক : শপত, সংকল্প
ইনস্টল