সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
উদাহরণ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
সমার্থক : জ্ঞান, বোধ, সংজ্ঞা, সজ্ঞান
অর্থ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
উদাহরণ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
সমার্থক : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
ইনস্টল