সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বোকা যুক্ত বা যʼত বোকা থাকে
উদাহরণ : ইয়াৰ মাটি বোকাময়
অর্থ : বোকাৰে ভৰি থকা
উদাহরণ : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
সমার্থক : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, পঙ্কিল
অর্থ : যʼত বোকা আছে
উদাহরণ : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
সমার্থক : পংকিল, পঙ্কিল
অর্থ : পুখুৰীৰ পানী বা বোকাৰ সৈতে সম্বন্ধিত
উদাহরণ : কুমাৰে বোকাময় মাটিৰে বাচন তৈয়াৰ কৰি আছে
ইনস্টল