সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
উদাহরণ : মোৰ ধনৰ মোনাটো চুৰি হʼল
সমার্থক : জোলোঙা, মোনা
অর্থ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
উদাহরণ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
সমার্থক : কোব, সোঁত
অর্থ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
উদাহরণ : ককাই ৰচীদবোৰ মোনাত ৰাখে
সমার্থক : মোনা
অর্থ : তীব্র হোৱা অৱস্থা
উদাহরণ : বতাহ বহুত বেগেৰে বৈ আছে
সমার্থক : তীব্রতা
অর্থ : বৈ যোৱা কার্য ্বা ভাব
উদাহরণ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
সমার্থক : ধাৰা, প্রবাহ, সোঁত
অর্থ : মোনাৰ বস্তু
উদাহরণ : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে
সমার্থক : বস্তা, মোনা
অর্থ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
উদাহরণ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
সমার্থক : গতি, তীব্রতা
ইনস্টল