সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
উদাহরণ : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
সমার্থক : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ, বৃষভ ৰাশি, বৃষৰাশিৰ লোক
অর্থ : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে
উদাহরণ : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু
সমার্থক : বৃষ, বৃষ ৰাশি
ইনস্টল