সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
উদাহরণ : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
সমার্থক : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ ৰাশি, বৃষৰাশি, বৃষৰাশিৰ লোক
অর্থ : ভতৰা গৰু
উদাহরণ : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল
সমার্থক : বৃষ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ
অর্থ : কলঘৰ আৰু গাড়ীত যুতি দিয়া গৰু জাতিৰ বন্ধোৱা মতা
উদাহরণ : বলদ কৃষকৰ পৰম বন্ধু
সমার্থক : ঋষভ, বলদ, মতাগৰু
ইনস্টল