সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জনাৰ কার্য
উদাহরণ : নতুন আৱিস্কাৰবোৰৰ বোধগম্যতাৰ প্রয়োজন
সমার্থক : জনা, বোধগম্যতা
অর্থ : ভাষাৰ জ্ঞান থকা
উদাহরণ : মই তামিল নুবুজোঁ
সমার্থক : বুজি পোৱা
অর্থ : কিহবাৰ প্রতি ধাৰণা হোৱা
উদাহরণ : মই তেওঁক বহুত ্ভালদৰে বুজিছিলোঁ
অর্থ : কিহবাৰ স্বভাৱ বা গুণ আদি জনা
উদাহরণ : মই তেওঁক বুজিব পৰা নাই
সমার্থক : জনা, বুজি পোৱা
ইনস্টল