সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আমনি লগা কার্য ্বা ভাব
উদাহরণ : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল
অর্থ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
উদাহরণ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
সমার্থক : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী
অর্থ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
উদাহরণ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
সমার্থক : অন্যমনস্ক, উদাস, ম্লান
ইনস্টল