সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চলি থকা বা হৈ থকা কাম কিছু সময়ৰ বাবে ৰখাই দিয়া কার্য
উদাহরণ : অসময়ত অহা বৰষুণজাকৰ বাবে কার্যসূচীৰ পলম হোৱাটো স্বাভাৱিক
সমার্থক : পলম
অর্থ : নিয়ত বা সাধাৰণতকৈ বেছি সময়
উদাহরণ : মোৰ ইয়ালৈ অহাত দেৰি হʼলেও চিন্তা কৰিব নালাগে
সমার্থক : আলম-বিলম, গহৰি, দেৰি, পলম
ইনস্টল