সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো জনা হৈছে
উদাহরণ : এই কথাটো মোৰ জ্ঞাত
সমার্থক : অনুভূত, অৱগত, ওৱাকিপহাল, জ্ঞাত, বিজ্ঞাত, সুবিজ্ঞাত, সুবিদিত
অর্থ : যাক ভালদৰে জনা যায়
সমার্থক : জনা-শুনা, জ্ঞাত, প্রজ্ঞাত, পৰিচিত, পৰিজ্ঞাত, বিজ্ঞাত
অর্থ : প্রথমৰ পৰাই জনা
উদাহরণ : এই পূর্ব-পৰিচিত বস্তুবোৰৰ বাহিৰে আন বেলেগ বস্তু দেখুৱাওক
সমার্থক : অভিজ্ঞাত, অৱগত, পূর্ব-পৰিচিত
ইনস্টল