সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সলনি নোহোৱা অৱস্থাত
উদাহরণ : আমি আমাৰ প্রগতিক এনেদৰেই বাহাল ৰখা উচিত
অর্থ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
উদাহরণ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
সমার্থক : অক্ষুণ্ণ, অটল, অপৰিবর্ত্তিত
অর্থ : যাৰ অস্তিত্ব আছে
উদাহরণ : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
সমার্থক : জনা-শুনা, বিদ্যমান, বিৰাজমান, স্থিত
ইনস্টল