সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খেৰ-কুটা আদিৰে সজা চৰাইৰ ঘৰ
উদাহরণ : ঘৰচিৰিকাৰ বাহত দুটা পোৱালিয়ে চিঁ-চিয়াই আছে
সমার্থক : নীড়
অর্থ : যি ঠাইত চৰায়ে ৰাতিটো পাৰ কৰে
উদাহরণ : এই আঁহত গছজোপাই এই ঠাইৰ চৰাইবোৰৰ বাহ
অর্থ : পাটৰ পলুৰ ঘৰ সোমাই থকা ঘৰ
উদাহরণ : পাটৰ পলু বাহত ডাঙৰ হয়
সমার্থক : লেটা
ইনস্টল