সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রলয় হিচাপে গণনা হোৱা গোটেই সংসাৰত বহুত দিনৰ পিছত হোৱা বানপানী
উদাহরণ : হিন্দু সকলৰ অনুসৰি বৈৱস্বত মনুৰ সময়ত আৰু খ্রীষ্টান, মুছলমান আদিৰ অনুসৰি হজৰত নুহৰ সময়ত এনে বান আহিছিল
সমার্থক : প্লাবন
অর্থ : পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে
উদাহরণ :
সমার্থক : প্লাৱন, বন্যা, বান
ইনস্টল