সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে
উদাহরণ :
সমার্থক : প্লাৱন, বন্যা, বানপানী
অর্থ : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
উদাহরণ : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
সমার্থক : বান্ধ, মথাউৰি
ইনস্টল